28 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আমিনগাঁৱত জব্দ প্ৰায় ৫ লাখ টকাৰ বিলাতী সুৰা! আটক মনিষ কুমাৰ

    আমিনগাঁৱত জব্দ প্ৰায় ৫ লাখ টকাৰ বিলাতী সুৰা! আটক মনিষ কুমাৰ

    আবকাৰী চোৰাংচোৱা বিভাগৰ বৃহৎ সাফল্য ।

    আমিনগাঁৱত আবকাৰীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰাভৰ্তী ১৬ চকীয়া ট্ৰাক ।

    আবকাৰী চোৰাংচোৱা বিষয়া সুভাষ বৈশ্যৰ নেতৃত্ব আবকাৰী বিভাগৰ এটি দলে চলোৱা অভিযানত জব্দ হয় প্ৰায় ৫ লক্ষাধিক টকাৰ অবৈধ বিলাতী সুৰা ।

    অৰুনাচল প্ৰদেশৰ হলংকিৰ পৰা BR-06-GE-5552 নম্বৰৰ ট্ৰাকেৰে কোকৰাঝাৰলৈ সৰবৰাহ কৰিছিল সুৰাখিনি ।

    অবৈধ সুৰা মাফিয়া সন্দৰ্ভত কামৰূপ জিলা আবকাৰী বিভাগে আৰম্ভ কৰিছে জোৰদাৰ তদন্ত ।

    ইতিমধ্যে সুৰাভৰ্তী ট্ৰাকসহ আবকাৰী আটক কৰিছে ট্ৰাকখনৰ চালক মনিষ কুমাৰক ।

    আৰু পঢ়ক :  যি কামৰ বাবে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল, সেই কাম নিজেই ধ্বংস কৰি পেলালে মহিলাই, ২৮ বছৰৰ অন্তত ল’লে বিশেষ সিদ্ধান্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    কৰ’ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা

    কৰ'ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা। এদিনত অভিলেখ সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতেই এই সিদ্ধান্ত।