28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    শাসনৰ বাঘজৰী হাতত লৈয়ে এক্সন জো বাইডেনৰ, চিৰিয়াত সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণৰ নিৰ্দেশ, ১৭ৰ মৃত্যু

    আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ শাসনৰ কাৰ্যভাৰ আৰম্ভ হোৱাৰ পিছতে দেখুৱাইছে আক্ৰমণাত্মক ৰূপ। শাসনৰ বাঘজৰী হাতত লৈয়ে এক্সন জো বাইডেনৰ। চিৰিয়াত সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণৰ নিৰ্দেশ।

    এই আক্ৰমণৰ ফলত চিৰিয়াত ১৭জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। চিৰিয়াৰ পূৰ্ব প্ৰান্তত আক্ৰণৰ নিৰ্দেশ। ইৰাণৰ ফালৰ পৰা তাত থকা আমেৰিকা সৈন্যৰ ওপৰত কৰা ৰকেট আক্ৰণৰ প্ৰত্যুত্তৰ হিচাপে এই আক্ৰমণ কৰে।

    বৃহস্পতিবাৰৰ নিশা চলাই এই আক্ৰমণ। ইৰাণ সমৰ্থকৰ ৭টা সশস্ত্ৰ সংগঠনৰ গোটৰ বাসস্থানত এই আক্ৰমণ চলাই। এই আক্ৰমণত ৫০০-এল বি বোমা নিক্ষেপ কৰা হয়। ইয়াৰে এটা গোটৰ বাসস্থান ইৰাণ আৰু চিৰিয়াৰ সীমান্তত অৱস্থিত আছিল।

    ইৰাণৰ এক মানবাধিকাৰ সংগঠনে সদৰি কৰা মতে, এই আক্ৰণক এক ডজনৰো অধিক লোকৰ মৃত্য হৈছে। আৰু মৃত কেউজনেই হাছাদ-অল-ছাবী সশস্ত্ৰ সংগঠনৰ সদস্য।

    আৰু পঢ়ক : কংগ্ৰেছৰ অসম বচাও অভিযানক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ, ক’লে- ‘এয়া কংগ্ৰেছ বচাও অভিযান হে’

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published