21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নিমিষতে ধূলি ডনাল্ড ট্ৰাম্পৰ হোটেল, হোটেল ভাঙিবলৈ ব্যৱহাৰ ৩০০০ ডাইনামাইট, চাওক ভিডিঅ’

    আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ৩৪ মহলীয়া এক হোটেল তথা কেচিনো নিমিষতে ধূলিসাৎ। হোটেল ভাঙিবলৈ ব্যৱহাৰ কৰা হয় ৩০০০ ডাইনামাইট।

    সেই হোটেল ভঙাৰ সময়ত বহুতেই ভিডিঅ কৰি ৰাখে। যি ভিডিঅ বৰ্তমানে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅত দেখা অনুসৰি ডাইনামাইট ব্যৱহাৰ ৰে এফালৰ পৰা সৰি পৰা পৰে ভাঙি যায় হোটেলখন।

    এই হোটেলখন আমেৰিকাৰ আটলাণ্টিক চহৰত অৱস্থিত। ১৯৮৪ চনতে নিৰ্মাণ কৰা হৈছিল এই হোটেলখন। পিছে ২০১৪ চনত হোটেলখন বন্ধ কৰি দিয়া হৈছিল।

    বন্ধ হৈ থকাৰ পিছৰে পৰা হোটেলখনৰ বাহিৰ অংশ লাহে লাহে বেয়া হবলৈ ধৰে যাৰ বাবেই চহৰৰ মেয়ৰে হোটেলখন ভাঙি দিয়াৰ বাবে নিৰ্দেশনা জাৰি কৰে।

    আৰু পঢ়ক : মুখ্যমন্ত্ৰী পদত প্ৰতিদ্বন্দ্বিতা নকৰে সৰ্বানন্দ সোণোৱালে! কোন হ’ব বিজেপিৰ প্ৰাৰ্থী ?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং