21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰোগী থকা অৱস্থাতে মহানগৰীৰ ৰাজপথত জ্বলি উঠিল ১০৮ এম্বুলেঞ্চ

    গুৱাহাটী মহানগৰীত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। গুৱাহাটীৰ ৰাজপথত দপদপকৈ জ্বলি উঠিল মৃত্যুঞ্জয় সেৱাৰ এম্বুলেঞ্চ।

    অগ্ৰদূত ভৱনৰ সন্মুখত সংঘটিত হয় এই ঘটনা।

    উল্লেখ্য যে, সেই সময়ত এম্বুলেঞ্চৰ ভিতৰত এজন ৰোগীও আছিল।

    কথমপি প্ৰাণ ৰক্ষা আটাইকেইজনৰে । বৰ্তমান সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ দ্বাৰা জুই নুমুৱাবলৈ সক্ষম হৈছে।

    আৰু পঢ়ক : কমলামিৰি অসামৰিক চিকিৎসালয়ত জঘন্য ঘটনাঃ ধনৰ বিনিময়ত চিকিৎসক-নাৰ্ছে কৰাই আহিছে অকাল গৰ্ভপাত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং