28 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আকৰ্ষণীয় অফাৰ! এমাজনত এটা লেপটপৰ দাম ১৯০ টকা!

      বহু সময়ত এমাজন ফ্লীপকাৰ্ট আদিয়ে বিভিন্ন অফাৰ দিয়ে। কেৱল অফাৰে নহয়, ৰেহাইও দিয়ে।আচলতে বিভিন্ন সময়ত এনেদৰে অফাৰ ৰেহাই দি গ্ৰাহকক আকৰ্ষিত কৰে।

    কিন্তু ইয়াৰ মাজতে এমাজনে এক লোকচানৰ সন্মুখীন হবলগীয়া হয়। এই ঘটনাটো ২০১৪ চনৰ। ২০১৪ চনত এমাজনে লেপটপৰ দাম ১৯০ টকা কৰি দিয়ে। এই লেপটপটো উৰিষ্যাৰ এগৰাকী ছাত্ৰীয়ে বুক কৰিছিল।কিন্তু এমাজনে এই লেপটপটো ডেলিভাৰী নকৰিলে। ইয়াৰ পিছতে ছাত্ৰী গৰাকীয়ে কনজিউমান ফৰ্মলৈ গৈ এমাজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

    ইয়াৰ পিছতে এমাজনৰ ওপৰত ৪০,০০০ টকাৰ জৰিমণা বিহে লগতে ৫০০০ টকা দিবলৈ নিৰ্দেশ দিয়ে।

    আৰু পঢ়ক : ভয়াৱহ অগ্নিকাণ্ড পুনেৰ কৰ’ণা ভেকচিন নিৰ্মাণ প্ৰতিষ্ঠান চিৰাম প্লাণ্টত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    কৰ’ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা

    কৰ'ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা। এদিনত অভিলেখ সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতেই এই সিদ্ধান্ত।

    কৰ’ণাৰ সংক্ৰমণক লৈ অসমত ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনাঃ ৯ এপ্ৰিলৰ পৰা বলৱৎ হ’ব এই নিৰ্দেশনা…..

    কৰ'ণাৰ সংক্ৰমণক লৈ অসমত ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনাঃ ৯ এপ্ৰিলৰ পৰা বলৱৎ হ'ব এই নিৰ্দেশনা…..