28 C
Guwahati
Tuesday, October 19, 2021
More

    উপ নিৰ্বাচন সমাগত, মনোনয়ন দাখিল কৰা ৩৯গৰাকী প্ৰাৰ্থীৰে মনোনয়ন বৈধ ঘোষণা

    উপ নিৰ্বাচন সমাগত, মনোনয়ন দাখিল কৰা ৩৯গৰাকী প্ৰাৰ্থীৰে মনোনয়ন বৈধ ঘোষণা

    ৰাজ্যত অনুষ্ঠিত হব লগা বিধান সভা উপ নিৰ্বাচনৰ বাবে সকলো দলৰ প্ৰাৰ্থী সকল সাজু। দাখিল কৰিলে নিজ নিজ মনোনয়ন পত্ৰ। আজি সকলো মনোনয়ন পত্ৰ পৰীক্ষা কৰে।

    মনোনয়ন পত্ৰ দাখিল কৰা ৩৯ গৰাকী প্ৰাৰ্থীৰে পত্ৰ সমূহ পৰীক্ষা কৰাৰ অন্তত বৈধ বুলি ঘোষণা কৰে।

    উল্লেখ্য যে, ৰাজ্যত মুঠ ৫ টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হব। নিৰ্বাচন অনুষ্ঠিত হব অৰ্থাৎ ভোটগ্ৰহণ হব ৩০ অক্টোবৰ তাৰিখে।

    সেই উপ নিৰ্বাচনৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম সময় সীমা হৈছে অহা ১৬ অক্টোবৰ।

    মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰা দলৰ প্ৰাৰ্থীৰ তালিকা..

    ভাৰতীয় জনতা পাৰ্টী ৩
    ভাৰতীয় জাতীয় কংগ্ৰেছ ৫
    কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া ১
    অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট ২
    ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেল ২
    বড়োলেণ্ড পিপলছ ফ্ৰণ্ট ১
    ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেশ্যনেল ৩
    নেশ্যনেল ৰোড মেপ পাৰ্টী অৱ ইণ্ডিয়া ১
    অসম সংগ্ৰামী মঞ্চ ১
    গণ সুৰক্ষা পাৰ্টী ২
    নিৰ্দলীয় ১৮

    আৰু পঢ়ক : পূজাৰ বতৰত মহানগৰীত ক’ত ক’ত থাকিব NO Entry…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং