26 C
Guwahati
Thursday, September 16, 2021
More

    মাতৃৰ বাবেই লণ্ডনৰ পৰা শ্বুটিং আধাতে এৰি আহিছিল অক্ষয় কুমাৰ, দিলে দুখৰ খবৰ…

    মাতৃৰ বাবেই লণ্ডনৰ পৰা শ্বুটিং আধাতে এৰি আহিছিল অক্ষয় কুমাৰ, দিলে দুখৰ খবৰ…

    বলিউডৰ অভিনেতা অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাতিয়াৰ মৃত্যু হয়। অভিনেতা গৰাকীৰ মাতৃ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। অক্ষয় কুমাৰে ছ’চিয়েল মিডিয়াৰ যোগেদি মাতৃৰ বিয়োগৰ বিষয়ে জনাই।

    অক্ষয় কুমাৰে লিখিছে যে ”তেওঁ মোৰ অবিচ্ছেদ্য অংগ আছিল। আজি মই বহু দুখ অনুভৱ কৰিছো।মোৰ মা শ্ৰীমতি অৰুণা ভাতিয়াই আজি পুৱা মৃত্যুবৰণ কৰে।তেওঁ অন্য এখন দুনীয়াত মোৰ পিতৃৰ সৈতে আকৌ লগ হল।মই আপোনালোকৰ প্ৰাৰ্থনাক সন্মান কৰো কিয়নো মোক আৰু মোৰ পৰিয়াল বহু কঠিন সময়ৰ মাজত আছে। ঔম শান্তি”।

    https://www.instagram.com/p/CTi9v8ToZ-d/

    উল্লেখ্য যে, ৩ চেপ্তেম্বৰত মুম্বাইৰ এখন হস্পাতালত ভৰ্তি হৈছিল অক্ষয় কুমাৰৰ মাতৃ। সেই সময়ত লণ্ডনত শ্বুটিঙত ব্যস্ত আছিল অক্ষয় কুমাৰ।মাতৃৰ অসুস্থতাৰ খবৰ পাই তেওঁ শ্বুটিং আধাতে এৰি ঘৰলৈ উভতি আহিছিল। কিন্তু অৱশেষত মৃত্যু হয় মাতৃৰ।

    আৰু পঢ়ক : অমৰিন্দৰ সিং আৰু সিদ্ধুৰ মাজৰ যুঁজ কংগ্ৰেছৰ বাবে লাভজনক: হৰিশ ৰাৱট

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং