23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৰঙণি আগবঢ়ালে অক্ষয় কুমাৰে,অনুৰাগীলৈ অনুৰোধ…

    অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ কাম প্ৰায় আৰম্ভ হৈছে। এই মন্দিৰ নিৰ্মাণৰ বাব বিভিন্ন জনে দান বৰঙণি আগবঢ়াইছে।

    ইয়াৰ মাজতে বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰেও ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৰঙণি আগবঢ়াইছে আৰু এই কথা অভিনেতা গৰাকীয়ে এটা ভিডিঅ’ৰ জৰিয়তে ঘোষণা কৰিছে।

    ছ’চিয়েল মিডিয়াত ভিডিঅ’টি শ্বেয়াৰ কৰি অভিনেতা গৰাকীয়ে অনুৰাগী সকলক ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সহযোগীতা আগবঢ়াবলৈ আহ্বান জনায়।

    ভিডিঅ’ চাবলৈ ক্লিক কৰক

    অভিনেতা গৰাকীয়ে ভিডিঅ’ শ্বেয়াৰ কৰি লিখে যে, ”এয়া অতি আনন্দৰ কথা যে অযোধ্যাত ৰাম মন্দিৰনিৰ্মাণৰ কাম আৰম্ভ হৈছে । এতিয়া তাত যোগদান দিয়াটো আমাৰ দায়িত্ব।মই আৰম্ভণি কৰিলো,আশা কৰো আপোনালোকেও সহযোগ আগবঢ়াব। জয় শ্ৰীৰাম”।

    আৰু পঢ়ক : প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ আগমনৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ! ২২ জানুৱাৰীৰ পৰা সৰ্বাত্মক প্ৰতিবাদ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং