28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কৰ’ণাতংকঃ কৰ’ণাত আক্ৰান্ত বলীউডৰ খিলাৰী খ্যাত অভিনেতা অক্ষয় কুমাৰ

    দেশজুৰি কৰ’ণাৰ পাদুৰ্ভাৱ। কৰ’ণাত আক্ৰান্ত বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ।

    শেহতীয়াকৈ ঘৰতে নিজকে কোৱাৰেণ্টাইন কৰি ৰাখিছে অভিনেতাগৰাকীয়ে। সামাজিক মাধ্যমযোগে এই কথা জনাইছে অক্ষয় কুমাৰে।

    ইয়াৰোপৰি ৰণবীৰ কাপোৰ, মনোজ বাজপেয়ীসহ বহুতো অভিনেতা কৰ’ণাত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ হৈছে।

    আৰু পঢ়ক : তৃতীয় পৰ্যায়ৰ অন্তিম নিৰ্বাচনী প্ৰচাৰঃ আজি অসমলৈ পুনৰ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং