33 C
Guwahati
Monday, September 26, 2022
More

    কাইলৈ আক্ৰাছুৰ ২৪ ঘন্টীয়া অসম বন্ধ

    কাইলৈ আক্ৰাছুৰ ২৪ ঘন্টীয়া অসম বন্ধ

    কাইলৈ অৰ্থাৎ শুক্ৰবাৰে আক্ৰাছুৰ বলোৰাম গোটৰ ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান |

    পাঁচ বজাৰ পৰা ২৪ ছেপ্তম্বৰৰ পুৱা পাঁচ বজালৈ সংগঠনটোৱে অসম বন্ধ দিছে|

    এক প্ৰেছ বিবৃতিৰ যোগে এই কথা প্ৰকাশ কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক সুনাধৰ ৰায়ে|


    বিবৃতিটোত উল্লেখ কৰা মতে ২১ ছেপ্তেম্বৰৰ সন্ধিয়া অসম চৰকাৰে আলোচনাৰ বাবে ছয় জনগোষ্ঠীৰ নেতৃত্বক মাতি নি মুখ্যমন্ত্ৰী উপস্থিত নথকাৰ অজুহাত দেখুৱাই আলোচনাত বিধি পথালি দিয়ে|

    সেয়েহে তেওঁলোকে এই বন্ধ দিছে|অৱশ্যে বন্ধৰ পৰা পৰীক্ষা, জৰুৰীকালিন সেৱা ৰেহাই দিয়া বুলি বিবৃতিটোত উল্লেখ কৰিছে|

    Input – Uttam Kumr Barman

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং