Breaking: অখিল গগৈক অনা হ’ল NIA আদালতলৈ

১ মাৰ্চৰ পৰা কাৰাগাৰত অনশনত বহিব অখিল গগৈ

0
45

অখিল গগৈক অনা হ’ল NIA আদালতলৈ। NIA কৰ্টৰ চৌহদত ইনক্লাব ধ্বনি অখিলৰ সমৰ্থকৰ। ১ মাৰ্চৰ পৰা কাৰাগাৰত অনশনত বহিব অখিল।

ছয় নং দফাৰ নামত ৰাজ্য চৰকাৰে জনসাধাৰণক আঁভুৱা ভাৰিছে বুলি মন্তব্য। অখিলৰ লগতে NIA কৰ্টলৈ আনিলে ধৈৰ্য কোঁৱৰ,বিতু সোণোৱাল,মানস কোঁৱৰক।

Photo : Time8