29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সঁচাকৈয়ে লাগিল কেনা! অসম জাতীয় পৰিষদৰ ৪গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ

    সঁচাকৈয়ে লাগিল কেনা! অসম জাতীয় পৰিষদৰ ৪গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ

    সঁচাকৈয়ে লাগিল কেনা! অসম জাতীয় পৰিষদৰ ৪গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ। প্ৰথমে দুগৰাকী প্ৰাৰ্থীৰ প্ৰাৰ্থীত্ব নাকচ হোৱাৰ পিছত এইবাৰ আন দুগৰাকীৰো প্ৰাৰ্থীত্ব নাকচ কৰে।

    এইবাৰ ৰূপহীহাটৰ ছফিকুল ইছলামৰ মনোনয়ন নাকচ কৰাৰ লগতে নাজিৰাৰ ৰিবুলয়া গগৈৰো মনোনয়ন নাকচ কৰা হৈছে।

    ইয়াৰ পূৰ্বে মৰিয়নীৰ প্ৰাৰ্থী অলক ঘোষ আৰু বটদ্ৰৱাৰ প্ৰাৰ্থী অৰূপ কুমাৰ শইকীয়াৰ মনোনয়নো নাকচ কৰা মনোনয়ন নাকচ হৈছিল।

    আৰু পঢ়ক : বিপিএফ আৰু জিএছপিৰ প্ৰায় ৩০০ কৰ্মীয়ে যোগ দিলে ইউ পি পি এলত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।