29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অজাপৰ দ্বিতীয় খন প্ৰাৰ্থী তালিকা ঘোষণা, মুঠ ৫০ জনীয়া তালিকা

    অসম জাতীয় পৰিষদৰ দ্বিতীয় খন প্ৰাৰ্থী তালিকা ঘোষণা, মুঠ ৫০ জনীয়া তালিকা প্ৰকাশ। নাহৰকটীয়াৰ পৰাও লুৰীণজ্যোতি গগৈয়ে খেলিব নিৰ্বাচন।

    মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিপৰীতে নামিব শিশুধৰ দলে। মন্ত্ৰী পিয়ুজ হাজৰিকাৰ বিপৰীতে জাগিৰোডত বুবুল দাস। পাটাছাৰকুছিত ৰনজিৎ কুমাৰ দাসৰ বিপৰীতে প্ৰতিদ্বন্দিতা আগবঢ়াব পবিন্দ্ৰ ডেকাই।

    অসমৰ অন্যতম প্ৰতিভাশালী সমষ্টি পূৱ গুৱাহাটীত প্ৰতিদ্বন্দিতা আগবঢ়াব অদীপ কুমাৰ ফুকনে। উল্লেখ্য যে বৰ্তমানলৈকে পূৱ গুৱাহাটী সমষ্টিত কোনো এটা ৰাজনৈতিক দলেই প্ৰাৰ্থী ঘোষণা কৰা নাই।

    অজাপৰ দ্বিতীয় খন প্ৰাৰ্থী তালিকা ঘোষণা, মুঠ ৫০ জনীয়া তালিকা
    অজাপৰ দ্বিতীয় খন প্ৰাৰ্থী তালিকা ঘোষণা, মুঠ ৫০ জনীয়া তালিকা

    পাথাৰকাণ্ডি- হুমায়ুন কবিৰ।

    ধলাই- ৰাম ৰতন ডুচাদ।

    উদাৰবন্দ- আইমুল হক লস্কৰ।

    লক্ষীপুৰ- আলিমুদ্দিন মজুমদাৰ।

    কাটিগড়া- সাধন বাবু সিনহা।

    ধুবুৰী- আজাদ আলী শ্বেইখ।

    গৌৰীপুৰ- আৰিকুল ইছলাম।

    গোলকগঞ্জ- মনোজ কুমাৰ ৰয়।

    বিলাসীপাৰা (পূব)-কানুলাল দাস।

    বঙাইগাঁও- দিপু চৌধুৰী।

    বিজনী- ৰূপম কুমাৰ দাস।

    গোৱালপাৰা (পূব)- ইমদাদ হুছেইন।

    গোৱালপাৰা (পশ্চিম)- চফিউৰ ৰহমান।

    পাটাছাৰকুছি- পবিন্দ্ৰ ডেকা।

    ছয়গাঁও- দেৱজিৎ অধিকাৰী।

    পলাশবাৰী- পংকজ লোচন দেৱ গোস্বামী।

    গুৱাহাটী (পূব)- অদীপ কুমাৰ ফুকন।

    হাজো- দুলু আহমেদ।

    ৰঙীয়া- ড০ বাবুল চহৰীয়া।

    নলবাৰী- নগেন ডেকা।

    বৰক্ষেত্ৰী- পুলকেশ বৰুৱা।

    ধৰ্মপুৰ- ড০ শিখিৰ কুমাৰ শৰ্মা।

    বৰচলা- উপেন ৰাজ নাথ।

    তেজপুৰ- জানমণি বৰা।

    বিশ্বনাথ- দুল দুল বৰকটকী।

    বিহালী- অঞ্জন উপাধ্যায়।

    গহপুৰ- ড০ গোপাল ফুকন।

    জাগীৰোড- বুলুল দাস।

    মৰিগাঁও- বাণীকান্ত দাস।

    লাহৰীঘাট- শ্বমজিদা য়াছমিন।

    ৰহা- উৎপল বনিয়া।

    চামগুৰি- আমিনুল ৰহমান।

    কলিয়াবৰ- মুকুল বৰুৱা।

    লামডিং- মৌচুমী শৰ্মা।

    গোলাঘাট- বীণা শইকীয়া।

    যোৰহাট- নিৰোধ চাংকাকতি।

    মাজুলী- শিশুধৰ দলে।

    তিতাবৰ- শৈলেন্দ্ৰ কুমাৰ হাজৰিকা।

    মৰিয়নী- অলক ঘোষ।

    আমগুৰি- চন্দ্ৰ বৰুৱা।

    মাহমৰা- মানিক গগৈ।

    সোণাৰী- গৌতম হাতীমুৰীয়া।

    নাওবৈচা- পুতলী কায়স্থ।

    লখিমপুৰ- ৰঞ্জন বৰপাত্ৰ গোঁহাই।

    মৰাণ- সঞ্জীৱ চাংমাই।

    লাহোৱাল- লিখন বৰুৱা।

    টিংখং- মিলন সোণোৱাল।

    নাহৰকটীয়া- লুৰীণজ্যোতি গগৈ।

    চাবুৱা- ৰাফেল কুজুৰ।

    ডুমডুমা- সুৰেশ ভূমিজ।

    আৰু পঢ়ক :  ৫ টা শব্দৰ এটা সাধাৰণ টুইট, কিন্তু কিনাৰ বাবে দাম উঠিল ১৮ কোটি টকালৈ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং