
বিধানসভাৰ মূল প্ৰৱেশ পথত ঘটে এক অঘটন। অজন্তা নেওগৰ এগৰাকী দেহৰক্ষীৰ ভুলবশতঃ কাৰ্বাইনৰ পৰা ওলাই যায় গুলি।
সৌভাগ্যক্ৰমে কাৰো গাত গুলি নালাগিল। গুলিয়ে টাইলচ্ত গৈ আঘাত কৰাৰ ফলত টাইলচ্ ফাটি যোৱাৰ খবৰ পোৱা গৈছে।
অনাকাংক্ষিত পৰিস্থিতিত সকলো আতংকিত হৈ উঠে
বিধানসভাৰ মূল প্ৰৱেশ পথত ঘটে এক অঘটন। অজন্তা নেওগৰ এগৰাকী দেহৰক্ষীৰ ভুলবশতঃ কাৰ্বাইনৰ পৰা ওলাই যায় গুলি।
সৌভাগ্যক্ৰমে কাৰো গাত গুলি নালাগিল। গুলিয়ে টাইলচ্ত গৈ আঘাত কৰাৰ ফলত টাইলচ্ ফাটি যোৱাৰ খবৰ পোৱা গৈছে।
The TIME8 Mobile App
The TIME8 Mobile App
© Fifth Pillar Media Pvt. Ltd.
All rights reserved
Designed by softofficepro.com