26 C
Guwahati
Tuesday, August 9, 2022
More

    NRCত নাম নাই AIUDFৰ এজন বিধায়কৰো

    লগতে নাম নাহিল বিধায়কগৰাকীৰ পুত্ৰৰো। বঙাইগাঁও জিলাৰ দক্ষিণ অভয়াপুৰীৰ বিধায়ক অনন্ত কুমাৰ মালো।

    AIUDFৰ বিধায়ক অনন্ত কুমাৰ মালোৰ নাম নাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ তালিকাত। লগতে নাম নাহিল বিধায়কগৰাকীৰ পুত্ৰৰো। বঙাইগাঁও জিলাৰ দক্ষিণ অভয়াপুৰীৰ বিধায়ক অনন্ত কুমাৰ মালো।

    ১০ বজাৰ লগে লগে আজি প্ৰকাশ পালে বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগিৰকপঞ্জীৰ চূড়ান্ত তালিকা আৰু মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হ’ল এই তালিকাত।

    ইয়াৰ বিপৰীতে NRCৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭গৰাকী লোকৰ নাম। মুঠ আবেদনকাৰী আছিল ৩,৩০,২৭,৬৬১গৰাকী। তালিকাৰ পৰা বাদ পৰা অন্যতম অভয়াপুৰীৰ বিধায়ক আৰু তেওঁৰ পুত্ৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং