
জামুগুৰিহাটত অসম গণ পৰিষদ চতিয়া সমষ্টি কমিটিৰ সংবাদমেল। সংবাদমেলত অগপ সভাপতি অতুল বৰাক বহিস্কাৰৰ দাবী। বিজেপিৰ ওচৰত বিক্ৰী গ’ল অতুল বৰা। অগপ তিনি মন্ত্ৰী অসমৰ ত্ৰাণকৰ্তা নহয়।
সংবাদমেলত অতুল বৰাক অযোগ্য ঘোষণা, বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক প্ৰশংসা। তিনি মন্ত্ৰীক অতি শীঘ্ৰে পদত্যাগৰ দাবী। অতুল বৰাক বহিস্কাৰৰ সিদ্ধান্ত ল’বলৈ দলটোৰ তৃণমূল কৰ্মীলৈ আহ্বান।