অগপত আঘাত- শীৰ্ষ নেতা তথা জন্মলগ্নৰ পৰা থকা প্ৰাক্তন ডেপুটি মেয়ৰৰ পদত্যাগ

0
356
ছয়টা সমষ্টিৰ বাবে অগপই ঘোষণা কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা
প্ৰতিনিধিত্বমূলক চিত্ৰ

অসম গণ পৰিষদৰ মোক্ষম আঘাত অগপত আঘাত হানী শীৰ্ষ নেতা তথা প্ৰাক্তন ডেপুটি মেয়ৰৰ পদত্যাগ। আজি এক পত্ৰ যোগে নিজৰ পদত্যাগৰ কথা সদৰি কৰিলে নেতাগৰাকীয়ে।

জন্মলগ্নৰে পৰা অসম গণ পৰিষদ তথা অগপৰ সৈতে জড়িত থকা বলেন ভৰালীয়ে দিয়ে পদত্যাগ পত্ৰ। লগতে আন এগৰাকী নেতা অগপৰ জন্মলগ্নৰে থকা গিৰিন তালুকদাৰৰো পদত্যাগ। তেখেতেও আজি নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে।

পদত্যাগ কৰিয়েই প্ৰাক্তন ডেপুটি মেয়ৰ বলেন ভৰালীৰ মন্তব্য- ‘অগপ এতিয়া দুজন ব্যক্তিৰ প্ৰাইভেট কোম্পানী’

আৰু পঢ়ক : প্ৰথমে ক্লিক কৰিলে ছেল্ফী,পিছত স্বামীয়ে হাজাৰ ফুট উচ্চতাৰ পৰা ঠেলা মাৰি হত্যা কৰিলে গৰ্ভৱতী পত্নীক