20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰাজনীতিয়ে এইবাৰ দেখুৱাব অন্য হে অংক! এটা নহয়, ডিব্ৰুগড়ৰ তিনিওটা সমষ্টিতে টিকট দাবী এজিপিৰ

    ৰাজনীতিয়ে এইবাৰ দেখুৱাব অন্য হে অংক! এটা নহয়, ডিব্ৰুগড়ৰ তিনিওটা সমষ্টিতে টিকট দাবী এজিপিৰ

    ৰাজনীতিয়ে এইবাৰ দেখুৱাব অন্য হে অংক! এটা নহয়, ডিব্ৰুগড়ৰ তিনিওটা সমষ্টিতে টিকট দাবী এজিপিৰ। ইয়াৰে ভিতৰত অসমৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ অন্যতন দাবীদাৰ পুনাকণ বৰুৱা। বৰুৱা এজিপি কেন্দ্ৰীয় সমিটিৰ জেনেৰেল চেক্ৰেটাৰী তথা আসাম হাইড্ৰকাৰ্বন এণ্ড এনাৰ্জী লিমিটেডৰ চেয়াৰমেন।

    উল্লেখ্য যে, বৰ্তমানে কেৱল ডিব্ৰুগড়ৰ নাহৰকটীয়া সমষ্টি অসম গণ পৰিষদৰ হাতত আছে। কিন্তু এইবাৰ অসম গণ পৰিষদে জিলা খনৰ পৰা তিনিটা সমষ্টিত টিকট দাবী দাবী কৰিছে। বৰ্তমান অসম গণ পৰিষদৰ শাসনত থকা নাহৰকটীয়া সমষ্টি লগতে বিজেপি বিধায়ক বিমল বৰা অধীনত থকা চাবুৱা সমষ্টিকে ধৰি অন্য এটা সমষ্টি ডিব্ৰুগড় অসম গণ পৰিষদে বিচাৰিছে টিকট।

    নাহৰকটীয়া চাবুৱা সমষ্টি কথা স্পষ্ট প্ৰকাশ কৰা হৈছে যদিও তৃতীয় সমষ্টি কথা গোপনে ৰাখিছে অসম গণ পৰিষদৰ ফালৰ পৰা। ইফালে অসম গণ পৰিষদে তৃতীয়টো ডিব্ৰুগড় সমষ্টি পৰা টিকট বিচাৰিছে বুলি এক প্ৰকাৰে প্ৰকাশ পাইছে।

    এই দিশত অসম গণ পৰিষদৰ জেষ্ঠ নেতা তথা এইবাৰ চাবুৱা পৰা অসম গণ পৰিষদ হৈ টিকট দাবী কৰা পুনাকন বৰুৱাই কিছু মন্তব্য কৰিছে যদিও তৃতীয় সমষ্টি কথা ৰহস্য মাজত ৰাখিছে।

    আৰু পঢ়ক : বোকাখাত-বটদ্ৰৱাত সন্ধিয়া দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা, এজন বৃদ্ধৰ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং