25.5 C
Guwahati
Friday, July 30, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিয়াৰ ২৭ বছৰৰ পিছত বিবাহ বিচ্ছেদ ঘটিল বিল গেটছ আৰু পত্নী মেলিণ্ডা গেটছৰ

    বিয়াৰ ২৭ বছৰৰ পিছত বিবাহ বিচ্ছেদ ঘটিল বিল গেটছ আৰু পত্নী মেলিণ্ডা গেটছৰ

    বিয়াৰ ২৭ বছৰৰ পিছত বিবাহ বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ বিল গেটছ আৰু মেলিণ্ডা গেটছৰ। মাইক্ৰছফটৰ সংস্থাপক তথা বিশ্বৰ অন্যতন ধনবান ব্যক্তি বিল গেটছে টুইটাৰ যোগে সদৰি কৰে বিবাহ বিচ্ছেদ ঘটাৰ কথা।

    টুইটত কয় যে, বহু কথা বাৰ্তা আৰু এই সম্বন্ধৰ ওপৰত কাম কৰাৰ পিছত এই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ। এই ২৭ বছৰত তিনিটা সন্তান সুন্দৰকৈ ডাঙৰ দীঘল কৰি ভাল সংসাৰ এখল চলিল। লগতে বিশ্ববাসীকো এক ভাল ফাউণ্ডেছন একেলগে আগবঢ়ালো।

    উল্লেখ্য যে, বিল গেটছ আৰু মেলিণ্ডা গেটছে একেলগেই কাম কৰে । ১৯৮৭ত মাইক্ৰছফট কোম্পানীত মেলিণ্ডাই প্ৰজেক্ট মেনেজাৰ হিচাপে যোগদান কৰিছিল। তেতিয়াৰে পৰা দুয়োৰে চিনাকি। দুয়োৰে তিনিটা সংসাৰত তিনিটা সন্তানো আছে। ১৯৯৩ চনত বিয়া ঠিক কৰি ১৯৯৪ চনত দুয়ো বিয়াত বহিছিল।

    আৰু পঢ়ক : মুখ্যমন্ত্ৰী যোগী আদিত্য নাথলৈ মৃত্যুৰ ভাবুকি, ‘৪ দিনৰ ভিতৰত যি কৰিব পাৰা কৰি লোৱা’

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং