28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    “সঠিক চিকিৎসা পালে মইও বাছি থাকিলো হেঁতেন” মৃত্যুৰ পূৰ্বে ফেচবুক পোষ্ট অভিনেতাৰ

    “সঠিক চিকিৎসা পালে মইও বাছি থাকিলো হেঁতেন” মৃত্যুৰ পূৰ্বে ফেচবুক পোষ্ট অভিনেতাৰ – বহু সময় ধৰি কৰ’ণাৰ‌ লগত যুঁজ দি অৱশেষত হাৰ মানিলে অভিনেতা ৰাহুল ভোহৰাই ্। থিয়েটাৰ নিৰ্দেশক তথা লেখক অৰবিন্দ গৌহৰে এই কথা জনাই যে অভিনেতা ৰাহুল আৰু নাই।

    শনিবাৰে ৰাহুলে এটা ফেচবুকৰ পোষ্টৰ জৰিয়তে জনতাৰ পৰা সহায় বিচাৰিছিল। কিন্তু অতি সোনকালেই জীৱনৰ সৈতে হাৰ মানিলে ৰাহুলে। উল্লেখ্য যে উত্তৰাখণ্ডৰ ডিজিটেল মাধ্যমত ৰাহুল এটি জনপ্ৰিয় চৰিত্ৰ। নেটফ্লিক্সৰ চিৰিজ আনফ্ৰীডমতো অভিনয় কৰিছিল ৰাহুলে।

    অভিনেতা গৰাকীয়ে কৰ’ণাত আক্ৰান্ত হৈছিল যাৰ ফলত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল। মৃত্যুৰ পূৰ্বে তেওঁ এক ফেচবুক পোষ্ট কৰি লিখিছিল যে মইও সঠিক চিকিৎসা পালে বাছি থাকিলো হয়। তোমাৰ ৰাহুল। এই পোষ্টটোত ৰাহুলে তেওঁৰ ঠিকনা আদিও উল্লেখ কৰা দেখা যায়। লগতে লিখে যে আৰু জন্ম লম আৰু ভাল কাম কৰিম কিন্তু এতিয়া সাহস আৰু নাই।

    "সঠিক চিকিৎসা পালে মইও বাছি থাকিলো হেঁতেন" মৃত্যুৰ পূৰ্বে ফেচবুক পোষ্ট অভিনেতাৰ

    ইয়াৰ পিছতে অভিনেতা ৰাহুলৰ মৃত্যু হয়।

    আৰু পঢ়ক : কইনাৰ চৰ্ত- আগে উত্তৰ তাৰ পিছত বৰমালা, পিছে প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাত উভতি পঠিয়ালে দৰাক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং