14 C
Guwahati
Wednesday, January 19, 2022
More

    ‘ফিট বডী, নগ্ন শৰীৰ’ অভিনেতাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো, ফটো দেখি হতবাক কৰণ জোহৰ-মলাইকা আদি বহুতো

    ‘ফিট বডী, নগ্ন শৰীৰ’ অভিনেতাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো, ফটো দেখি হতবাক কৰণ জোহৰ-মলাইকা আদি বহুতো

    চিক্স পেক থকা ফিট বডী, শৰীৰত বাথ গাউন, কিন্তু সমুখৰ পৰা সম্পূৰ্ণ খোৱা ৰাখি নগ্ন শৰীৰ তুলি ধৰিলে আয়নাৰ সমুখত। তেনেই অৱস্থাৰ এখন ফটো দি সামাজিক মাধ্যমত আলোড়ন সৃষ্টি কৰিছে এগৰাকী অভিনেতাই । যি ফটো দেখি হতবাক হৈ পৰিছে কৰণ জোহৰৰ পৰা মলাইকা আৰোৰালৈ বহুতো।

    অভিনেতা গৰাকী হৈছে ৰাহুল খান্না। অভিনয় জগতৰ পৰা বেছ কিছুদিন আতৰত থাকিলেও সামাজিক মাধ্যমত খুবেই সক্ৰিয় এই গৰাকী অভিনেতা।

    প্ৰায়ে নিজৰ ফিট বডীৰ ফটো শ্বেয়াৰিং কৰি থাকে অভিনেতা গৰাকীয়ে। লাখৰ ঘৰত অনুৰাগীৰ সংখ্যা ৰাহুল খান্নাৰ।

    পিছে এইবাৰ এনে এক ফটো শ্বেয়াৰিং কৰিছে সামাজিক মাধ্যমত। যি ফটোৰে বহু লোকৰে দৃষ্টি আকৰ্ষণ কৰিছে ৰাহুলে। বহু বলীউডৰ তাৰকাৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰাহুলে।

    যি ফটো দেখি কৰণ জোহৰেও মন্তব্য কৰিবলৈ বাধ্য হৈ পৰিছে। মলাইকা আৰোৰাও আকৰ্ষিত হৈছে ৰাহুল খান্নাৰ নগ্ন ফটো দেখি।

    কেৱল বলীউড তাৰকাই নহয় বহু অনুৰাগী হতবাক হৈছে ৰাহুলৰ ফটো দেখি, কমেন্ট কৰিবলৈও যেন একপ্ৰকাৰ বাধ্য হৈ পৰিছে।

    আৰু পঢ়ক : অ’টো চালকৰ ৰূপত কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং