22 C
Guwahati
Saturday, December 4, 2021
More

    ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ নতুন অধ্যক্ষ ৰূপে নিযুক্ত অভিনেতা পৰেশ ৰাৱাল

    বলীউডৰ অন্যতম নিপুন অভিনেতা পৰেশ ৰাৱাল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ নতুন অধ্যক্ষ ৰূপে নিযুক্ত। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিযুক্ত কৰে পৰেশ ৰাৱলে।

    গুজৰাটৰ বিজেপিৰ পূৰ্ব লোকসভাৰ সাংসদ তথা অভিমেতা পৰেশ ৰাৱালক আজি ১০ ছেপ্টেম্বৰ বৃহস্পতিবৰে অধ্যক্ষ ৰূপে নিযুক্ত কৰে।

    ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষ আছিল জনপ্ৰিয় ৰাজস্থান কবি অৰ্জুন দেৱ চৰণ। ২০১৮ চনত অধ্যক্ষ ৰূপে নিযুক্ত হৈছিল তেওঁ।

    কেন্দ্ৰীয় সাংস্কুতিক ৰাজ্য মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে পলেশ ৰাৱালৰ এই নিযুক্তিত শুভেচ্ছা বাণী জনাইছে।

    Photo Credit: Wikipedia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং