23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    লকডাউনতে বিয়াৰ লগতে সন্তানৰ পৰিকল্পনাও কৰিলে কাৰ্তিক আৰয়ানে

    যুৱপ্ৰজন্মৰ অন্যতম অভিনেতা কাৰ্তিক আৰয়ানে কি কৰিছে এই লকডাউনত। কেৱল সাধাৰণ যুৱতীয়েই নহয়, বলীউডৰো বহু কেইগৰাকী অভিনেত্ৰীয়ো প্ৰেমত পৰিব খোজে এইগৰাকী সুদৰ্শন অভিনেতাৰ।

    অনুৰাগীৰ তালিকাত যুৱতীৰ লগতে সমানে আছে যুৱকৰ সংখ্যাও।

    কেৱল নিজৰ চেহেৰাৰে নহয়, অভিনয়ৰ দক্ষতাৰে বহু লোকৰে হৃদয় জিনিবলৈ সক্ষম হৈছে এইগৰাকী অভিনেতাই।

    পিছে লকডাউনৰ বাবে নিজ নিজ ঘৰতে আৱদ্ধ হৈ পৰাত কি কৰিছে এই গৰাকী অভিনেতাই।

    অন্য অভিনেতা অভিনেত্ৰী সকলৰ দৰে কাৰ্তিকো ছচিয়েল মিডিয়াৰ জৰিয়তে কাষ চাপি আছে অনুৰাগী সকলৰ। অনুৰাগীয়ে কৰা সকলো প্ৰশ্নৰে উত্তৰ দি আছে যথাযথ ভাৱে।

    তেনেদৰেই এজন অনুৰাগীয়ে বিয়া সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰ হিচাপে দিছে এক সুন্দৰ সদোত্তৰ।

    কেতিয়া বিয়া পাতিব, কেতিয়া সন্তান পৰিকল্পনা কৰিব সকলো ইতিমধ্যে পৰিকল্পনা কৰি পেলাইছে অভিনেতা কাৰ্তিক আৰয়ানে।

    অনুৰাগীয়ে কৰা বিয়া পতাৰ প্ৰশ্নৰ উত্তৰ দিয়ে, এই লকডাউনে উপযুক্ত সময় বিয়াৰ বাবে, লেতেৰাও নহব একো।

    আৰু এজনে ইতিমধ্যে বিয়া পতা বুলি এইয়া সচাঁ নে মিছা সোধে।

    তেতিয়া কাৰ্তিকে কয় যে, সন্তানো চাগে এই লকডাউনতে জন্ম পাব।

    এনেদৰেই কাৰ্তিক আৰয়ানে উত্তৰ দিয়ে অনুৰাগীক। আনহাতে প্ৰায়ে নিজৰ ভিডিঅ’ আৰু ফটো শ্বেয়াৰিং কৰি থাকে ছচিয়েল মিডিয়াত।

    Photo Credit: @TheAaryanKartik

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং