25 C
Guwahati
Wednesday, October 20, 2021
More

    ধৰিব পাৰিছেনে কোন এই মূৰত গামোচা বান্ধি ৰখা শিশু, বৰ্তমান সময়ত দেশৰ অন্যতম মডেল তথা অসমৰ জোঁৱাই…

    ধৰিব পাৰিছেনে কোন এই মূৰত গামোচা বান্ধি ৰখা শিশু, বৰ্তমান সময়ত দেশৰ অন্যতম মডেল তথা অসমৰ জোঁৱাই…

    বাল্যকালৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱা বৰ্তামনেও ট্ৰেণ্ডত আছে। বহু বলীউড তাৰকাৰ ফটো ভাইৰেল হোৱাৰ পিছত এইবাৰ এগৰাকী অভিনেতা লগতে মডেলৰ ফটো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

    মূৰত গামোচা বান্ধি ফটো উঠা সেই শিশু বৰ্তমান সময়ত দেশৰ এগৰাকী আগশাৰীৰ মডেল লগতে অভিনয়ো কৰিছে বহু কেইখন বলীউডৰ চিনেমাত। লগতে অসমৰ জোঁৱাই। সেই ফটোত থকা সেই শিশুগৰাকী হৈছে মিলিন্দ সুমন।

    যি অসম কন্যা অংকিতা কোৱৰৰ সৈতে ২০১৮ চনত বিবাহ পাশত আৱদ্ধ হৈছিল মিলিন। ভাইৰেল হোৱা ফটো খনত থকা মিলিনৰ তেতিয়া বয়স মাত্ৰ ৬ বছৰ। মিলিনে ফটো খন শ্বেয়াৰ কৰি নিজৰ বয়সৰ কথাও লিখিছে।

    তেখেতে লিখিছে- এগৰাকী খেতিয়ক হোৱাৰ সপোন আছিল, বয়স আছিল ৬ বছৰ…৫০ বছৰৰ পিছক এতিয়া মই ….

    আৰু পঢ়ক : পূজাৰ কাম সামৰি ঘৰলৈ উভতাৰ পথত গাড়ীয়ে মহটিয়াই নিলে দীপকক, সাৱতি ল’লে অকাল মৃত্যুক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং