Breaking: হত্যা নে আত্মহত্যা! কেন্দ্ৰীয় কাৰাগাৰত মৃত্যু এজন কয়দীৰ

মৃত কয়দীজনৰ নাম সঞ্জয় দাস

0
399
Time8
Time8

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত ৰহস্যজনভাৱে মৃত্যু এজন কয়দীৰ ৷ হত্যা নে আত্মহত্যা এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ মৃত কয়দীজনৰ নাম সঞ্জয় দাস ৷ ঘৰ কাছাৰ জিলাৰ উধাৰবন্ধ সমষ্টিৰ মধুৰাত ৷

এসপ্তাহ পূৰ্বে মোবাইল চুৰিৰ অভিযোগত জেলত সোমাইছিল সঞ্জয় দাস ৷ কয়দীজনৰ মৃত্যুৰ পিছতে ঘটনাটো জেল কৰ্তৃপক্ষই গোপনে ৰখাৰ চেষ্টা চলাই আছে।