26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সুৰাৰ ৰাগীত মাতাল চিকিৎসকে জ্বলাই দিলে এগৰাকী দৰিদ্ৰলোকৰ দোকান…

    • বিলাসীপাৰাত বছৰৰ প্ৰথমটো দিনতে সংঘটিত এক দুখজনক ঘটনা।
    • দৰিদ্ৰ লোক এজনৰ দোকান ঘৰত অগ্নি সংযোগ কৰে এগৰাকী চিকিৎসকে।
    • মদৰ ৰাগীত মাতাল হৈ ডাঃ বি.ছি. নাথে সংঘটিত কৰে এই ঘটনা।
    • বিলাসীপাৰা চহৰৰ তিনি নম্বৰ ৱাৰ্ডত সংঘটিত এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ।
    • ক্ষুদ্ধ ৰাইজে ভাঙি চুৰমাৰ কৰে চিকিৎসক গৰাকীৰ বাহন, চৌহদ দেৱাল আদি।
    • ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
    • চিকিৎসক গৰাকীৰ বিৰুদ্ধে আৰু বিভিন্ন ঘটনা সংঘটিত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং