Breaking: মহানগৰীত আটক শিশুসহ ইৰানী গ্ৰুপৰ মহিলা সদস্য

সাংবাদিকৰ তৎপৰতাত ধৰা পৰিল ইৰানী গ্ৰুপৰ মহিলা সদস্যৰ এটি দল

0
1225
Photo Credit: Time8
Photo Credit: Time8

পুনৰ মহানগৰীত ভৰি পৰিছে ইৰানী গ্ৰুপৰ সদস্য ৷ পিছে আৰক্ষী নহয়, সাংবাদিকৰ তৎপৰতাতহে ধৰা পৰিল ইৰানী গ্ৰুপৰ মহিলা সদস্যৰ এটি দল ৷ পিছত আৰক্ষীক খবৰ দিয়াত হে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ।

Video Credit: Time8

এটি শিশুসহ চাৰি গৰাকী মহিলা আটক কৰে লতাশিল থানাৰ আৰক্ষীয়ে ৷ গুৱাহাটীৰ ভিন্ন ঠাইত বিগত বহু দিন ধৰি ধন দাবী কৰি আহিছিল এই লেডী গেং টোৱে । প্ৰায় ২০ গৰাকীৰো অধিক মহিলা যুৱতী আছে এই গ্রুপটোত । বৰ্তমানে বহিঃৰাজ্যৰ পৰা আহি অসমত অলিয়ে গলিয়ে ভৰি পৰিছে এই ইৰানী গ্ৰুপৰ মহিলা সদস্যসকল ৷