তেজপুৰত উদ্ধাৰ হৈছে এটি শিশু ! অপহৰণকাৰীয়ে আধাবাটতে এৰি থৈ গ’ল শিশুটি
তেজপুৰত উদ্ধাৰ হৈছে এটি অপহৃত কন্যা শিশু। অপহৰণকাৰী কবলৰ পৰা উদ্ধাৰ হৈছে এটি শিশু। শিশুটিক শুকুৰবাৰে এজন যুৱকে শিশুটিক ঘৰৰ পৰা লৈ গৈছিল।
তাৰ পাছতেই হুৱা-দুৱা লাগে কন্যা শিশুটিৰ ঘৰত। কিন্তু যুৱক জনে তেজপুৰৰ মাজগাঁৱৰ ৰাজপথতে শিশুটিক এৰি থৈ যায়।
শিশুটিৰ ঘৰ বিশ্বনাথ চাৰিআলিৰ গলিয়াৰত বুলি জানিব পৰা গৈছে। শিশুটি তেজপুৰৰ এখন আশ্ৰমত সুৰক্ষিত অৱস্থাত আছে। অপহৃত শিশুটি বিশ্বনাথৰ তেজীমলা ভূঞা আৰু চুছেন ভূঞাৰ সন্তান বুলি জানিব পৰা গৈছে ।
Input-Lakhyajyoti Nath