28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বলীউডৰ তাৰকাৰ লগত অসমৰ আইতাঃ আযুষ্মান খুৰানাৰ আহিবলগীয়া ছবিত অভিনয় কৰিছে গুৱাহাটীৰ এগৰাকী ১০২ বছৰীয়া আইতাই

    বলীউডৰ তাৰকাৰ লগত অসমৰ আইতা। বলীউডৰ জনপ্ৰিয় তাৰকা আয়ুষ্মান খুৰানাৰ আহিবলগীয় ছবি “অনেক”ত অভিনয় কৰিছে এগৰাকী ১০২ বছৰীয়া আইতাই। মাই সন্দিকৈ নামৰ আইতাগৰাকীৰ মাদাৰ অল্ড এজ হোমৰ বাসিন্দা।

    শেহতীয়াকৈ মেঘালয়ৰ শ্বিলঙত শ্বুটিং সম্পন্ন হৈ গৈছে ছবিখনৰ। ছবিখন পৰিচালনা কৰিছে অনুভন সিনহাই।

    আইতাগৰাকীৰ এই সাফল্যত আনন্দিত হয় বৃদ্ধাশ্ৰমখনৰ অন্য লোকসকল।

    আৰু পঢ়ক : টোপনি নাই নেতাৰ চকুত! মাজনিশাও চলাইছে নিৰ্বাচনী প্ৰচাৰ ৰকিবুল হুছেইনে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published