25.4 C
Guwahati
Saturday, September 18, 2021
More

    অক্সিজেনৰ অভাৱত মৃত্যু ৮ গৰাকীকৈ ৰোগীৰ! ঘটনাস্থলীৰ পৰা পলায়ন চিকিৎসক,নাৰ্ছৰ…

    অক্সিজেনৰ অভাৱত মৃত্যু ৮ গৰাকীকৈ ৰোগীৰ! ঘটনাস্থলীৰ পৰা পলায়ন চিকিৎসক,নাৰ্ছৰ…

    দিল্লীৰ গুৰগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা এক দুখজনক  খবৰ পোহৰলৈ আহিছে। অক্সিজেনৰ অভাৱত মৃত্যু হয় ৮ জন কৰ’ণা ৰোগীৰ। এই ঘটনা গুৰুগ্ৰামৰ ৫৬ চেক্টৰৰ বুলি জানিব পৰা গৈছে।

    জানিব পৰা মতে,চিকিৎসালয়খনত ৩০ এপ্ৰিলৰ নিশা অক্সিজেন শেষ হয় যাৰ ফলত ৮ জনৰ মৃত্যু হয়। ইয়াৰ পিছতে হস্পাতালক চিকিৎসক, নাৰ্চ আৰু অন্য কৰ্মী সকল ঘটনা স্থলীৰ পৰা পলায়ন কৰে।

    উল্লেখ্য যে, এই ঘটনাৰ ৬ দিন উকলি যোৱাৰ পিছটো প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াক লৈ ক্ষোভিত হৈ পৰিছে মৃত ব্যক্তিসকলৰ পৰিয়ালবৰ্গ।

    আৰু পঢ়ক :  ৰিক্সা চালকৰ পৰা বিধায়ক; এতিয়া মন্ত্ৰী হোৱাৰ দৌৰত, শৰণাৰ্থী হিচাপে প্ৰৱেশ কৰিছিল ভাৰতত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং