28 C
Guwahati
Saturday, September 18, 2021
More

    ৬১ বছৰীয়া আইতাই বিয়াত বহিল ২৪ বছৰীয়া যুৱকৰ সৈতে, যৌন জীৱনৰ বিষয়ে ক’লে……

    ৬১ বছৰীয়া আইতাই বিয়াত বহিল ২৪ বছৰীয়া যুৱকৰ সৈতে, যৌন জীৱনৰ বিষয়ে ক’লে……

    ৬১ বছৰীয়া মেকগ্ৰেটৰ নামৰ এগৰাকী আইতাই ২৪ বছৰীয়া এজন যুৱকৰ সৈতে অলপতে বিবাহ পাশত আৱদ্ধ হয়।

    নতুনকৈ বিবাহ পাশত আৱদ্ধ হোৱা ৬১ বছৰীয়া মেকগ্ৰেটৰ সোঁতৰ গৰাকী শিশুৰ আইতা।

    মেকগ্ৰেটৰে বিবাহ পাশত আৱদ্ধ হোৱা ২৪ বছৰীয়া যুৱকজনৰ নাম হৈছে কুৰেন মেককেন।

    দুয়োৰে বিবাহৰ দৃশ্য টিক-টিকত ভাইৰেল হৈ পৰে।

    ৬১ বছৰীয়া মেকগ্ৰেটৰ আৰু ২৪ বছৰীয়া কুৰেণৰ বিবাহক লৈ লোকসকলে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰে।

    অৱশ্যে দুয়োগৰাকী নৱ বিবাহিত দম্পত্তিয়ে ইয়াক লৈ মুঠেই চিন্তিত নহয়।

    মেকগ্ৰেটৰে উল্লেখ কৰা মতে, তেওঁলোক জনসাধাৰণৰ সমালোচনাক লৈ চিন্তিত নহয় কাৰণে জনসাধাৰণে সমালোচনা কৰিবই। তেওঁলোকে এই বয়সত দুয়ো দুয়োকে ভাল পাই বিয়াত বহিছে সেইটো ডাঙৰ কথা আৰু দুয়োৰো যৌন জীৱনে ভালেই চলি আছে বুলিও মেকগ্ৰেটৰে প্ৰকাশ কৰে।

    জানিব পৰা মতে, কুৰেণৰ বয়স যেতিয়া ১৫ বছৰ আছিল তেতিয়াই তেওঁ মেকগ্ৰেটৰ সৈতে প্ৰথম সামাজিক মাধ্যম যোগে চিনাকী হৈছিল।

    তেতিয়াৰে পৰা দুয়ো দুয়োকে ক্ৰমে ভাল পাবলৈ আৰম্ভ কৰে।

    আৰু পঢ়ক : বহিঃ ৰাজ্যত কাম কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে অসমৰ যুৱক পংকজ কলিতাই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং