27 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কুৰকুৰে খাবলৈ দিয়াৰ প্ৰলোভনেৰে ৬ বছৰীয়া কনমানি শিশুক ধৰ্ষণ পাষণ্ড বৃদ্ধৰ

    কুৰকুৰে খাবলৈ দিয়াৰ প্ৰলোভনেৰে ৬ বছৰীয়া কনমানি শিশুক ধৰ্ষণ পাষণ্ড বৃদ্ধৰ

    কুৰকুৰে খাবলৈ দিয়াৰ প্ৰলোভনেৰে ৬ বছৰীয়া কনমানি শিশুক ধৰ্ষণ পাষণ্ড বৃদ্ধৰ, ধৰা পৰাৰ ভয়ত পলাইছিল অন্য ঠাইলৈ। ডিফুত সংঘটিত হৈছে এই জঘন্য ঘটনা।

    ৬০ৰ উৰ্ধৰ পাষণ্ড বৃদ্ধৰ কামনাৰ বলি ৬ বছৰীয়া কণ্যা শিশু । ধৰ্ষণকাৰীজন ডিফু ধৰমনলা ইছলাম পট্টীৰ আইনুল হক।

    ১৯জুনৰ দিনা পুত্ৰৰ গৃহতে সংঘটিত কৰিছিল এই জঘন্য কাণ্ড। এই জঘন্য কাণ্ড সংঘটিত কৰিয়ে আইনুলে পলাই গৈছিল জুৰীয়ালৈ।

    পিছে সাৰি যায় ক’ত। অৱশেষত ৪ টা দিনৰ ভিতৰত ডিফু আৰক্ষীয়ে যোৱা নিশা জুৰীয়াৰ পৰা গ্ৰেপ্তাৰ কৰে আইনুল হকক। কন্যা শিশুটিৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে আইনুল হকক।

    Input and Photo- Suraj Gogoi

    আৰু পঢ়ক : ২ বছৰীয়া সন্তানক নিজৰ পৰা দূৰ কৰিবলৈ বাধ্য ছানিয়া মিৰ্জা, কান্দি কান্দি সন্তানৰ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং