31 C
Guwahati
Tuesday, September 27, 2022
More

    কলিয়াবৰত ৫ বছৰীয়া কণমানি হ’ল আৰক্ষী বিষয়া

    কলিয়াবৰত ৫ বছৰীয়া কণমানি হ’ল আৰক্ষী বিষয়া। কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ চকীত কণমানি আৰক্ষী বিষয়া।

    প্ৰকৃততে আৰক্ষী হোৱাৰ দুৰ্বাৰ হেঁপাহ কলিয়াবৰৰ এটি কণমানিৰ।

    কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাই কিছু সময়ৰ বাবে আৰক্ষীৰ চকীত বহিবলৈ দি কণমানিটোৰ আশা পূৰণ কৰে।

    প্ৰথম শ্ৰেণীত অধ্যয়ণৰত মনদ্বীপ শৰ্মা নামৰ কণমানিটিডাঙৰ হৈ আৰক্ষী হোৱাৰ ইচ্ছা।

    ডাঙৰ হৈ IPS বিষয়া হোৱা প্ৰৱল ইচ্ছা কণমানি মনদ্বীপ শৰ্মাৰ। তাতে কাইলৈ স্বাধীনতা দিৱসক লৈ আনন্দিত কণমানি মনদ্বীপ।

    হাতত জাতীয় পতাকা লৈ ৰাজ্যবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা দিলে কণমানি মনদ্বীপ শৰ্মাই।

    Input and Photo – Dipu Bora

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং