28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কৰ’ণাময় বলিউড! অক্ষয়ৰ পিছত ছবি জগতৰ আন ৪৫ জনৰ দেহত কৰ’ণা…

     কৰ’ণাময় বলিউড! অক্ষয়ৰ পিছত ছবি জগতৰ আন ৪৫ জনৰ দেহত কৰ’ণা…

    দেশত পুনৰ বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা।বিগত কেইটামান দিনত মহাৰাষ্ট্ৰত বহু লোক আক্ৰান্ত হৈছে এই মহামাৰীত।

    ইয়াৰ মাজতে বলিউডৰ কেইবাগৰাকী অভিনেতা অভনেত্ৰীও আক্ৰান্ত হৈছে কৰ’ণাত। উল্লেখ্য যে, অভিনেতা অক্ষয় কুমাৰো আক্ৰান্ত হৈছে এই মহামাৰীত। এই কথা তেওঁ নিজে টুইটাৰ যোগে জনাই।

    ইয়াৰ পিছত আজি অক্ষয়ে টুইট কৰি কয় যে তেওঁ হস্পাতালত ভৰ্তি হৈছে। জানিব পৰা মতে ছবি ‘ৰাম সেতু’ৰ ৪৫ গৰাকীকৈ লোক কৰ’ণাৰ দ্বাৰা সংক্ৰমিত হৈছে।ইতিমধ্যে বন্ধ কৰা হৈছে ছবিৰ শ্বুটিং।

    আজি অক্ষয় কুমাৰে টুইট কৰি লিখে যে ”আপোনালোকৰ প্ৰাৰ্থনাৰ বাবে ধন্যবাদ। এই প্ৰাৰ্থনাই কামো কৰিছে। মই বৰ্তমান ঠিকে আছো কিন্তু হস্পাতালত ভৰ্তি হৈছো।আশা কৰো অতি শীঘ্ৰেই ঘৰলৈ উভতিম”।

    আৰু পঢ়ক : অমানৱীয়! বিয়া খাবলৈ যোৱাৰ পথত দুলীয়াজানত গৰ্ভৱতী মহিলাক দলবদ্ধ ধৰ্ষণ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং