27 C
Guwahati
Saturday, August 13, 2022
More

    চূড়ান্ত NRCত আহিল ৩,১১,২১,০০৪গৰাকীৰ নাম, বাদ পৰিল ১৯,০৬,৬৫৭গৰাকী

    ইয়াৰ বিপৰীতে NRCৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭গৰাকী লোকৰ নাম। মুঠ আবেদনকাৰী আছিল ৩,৩০,২৭,৬৬১গৰাকী।

    ১০ বজাৰ লগে লগে আজি প্ৰকাশ পালে বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগিৰকপঞ্জীৰ চূড়ান্ত তালিকা আৰু মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হ’ল এই তালিকাত। ইয়াৰ বিপৰীতে NRCৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭গৰাকী লোকৰ নাম। মুঠ আবেদনকাৰী আছিল ৩,৩০,২৭,৬৬১গৰাকী।

    যদি কোনো লোক এই দাবী বা আপত্তিৰ পৰিণামৰ পৰা সন্তুষ্ট নহয় তেন্তে বিদেশী ন্যায়াধীকৰণত দাখিল কৰিব পাৰিব আৱেদন, এই কথা প্ৰকাশ কৰিলে ৰাষ্ট্ৰীয় সমন্বয়ক প্ৰতীক হাজেলাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং