27 C
Guwahati
Saturday, August 20, 2022
More

    বৰ্ধমান বিস্ফোৰণত জড়িত অসমৰ ৩ জেহাদীৰ শাস্তি ঘোষণা

    মুঠ ১৯ জেহাদীক আদালতে বিহিলে শাস্তি। ইয়াৰ ভিতৰত আছে ৪ বাংলাদেশী জেহাদীও।

    বৰ্ধমান বিস্ফোৰণত জড়িত অসমৰ ৩ জেহাদীৰ শাস্তি ঘোষণা, বৰপেটাৰ ছহিদুল ইছলামক ১০ বছৰ,শ্বাহানুৰ আলমক ৮ বছৰ আৰু ছাইকুল ইছলাম খানক ৬ বছৰৰ বাবে কাৰাদণ্ড বিহিলে আদালতে।

    মুঠ ১৯ জেহাদীক আদালতে বিহিলে শাস্তি। ইয়াৰ ভিতৰত আছে ৪ বাংলাদেশী জেহাদীও।

    ২৮ আগষ্টত NIA-ৰ আদালতে ৱৰ্ধমান বিস্ফোৰণ সন্দৰ্ভত অসমৰ ৩জন লোকক দোষী সাব্যস্ত কৰিছিল। বিস্ফোৰণৰ ঘটনাক লৈ মুঠ ৩০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। ২০১৪ চনৰ ২ অক্টোবৰত সংঘটিত হৈছিল এই বিস্ফোৰণৰ ঘটনা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং