20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মোবাইল ফোনেৰে ছুটি ছবি নিৰ্মাণ কৰি বজালীৰ সন্তান বিশাল স্বৰ্গীয়াৰীয়ে লাভ কৰিলে তিনিটাকৈ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ

    আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল অসম সন্তান। বজালীৰ সন্তান বিশাল স্বৰ্গীয়াৰীয়ে লাভ কৰিলে তিনিটাকৈ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ ।

    বিশাল স্বৰ্গীয়াৰী ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ। মোবাইল ফোনেৰে বিশাল স্বৰ্গীয়াৰী নামৰ ছাত্ৰজনে নিৰ্মাণ কৰিছিল ছুটি ছবিখন।

    কৃষকৰ শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা “ৱৰ্কিং মেন” নামৰ ৭ মিনিটৰ ছুটি ছবিখনে ইউৰোপ ফিল্ম ফেষ্টিভেল আমেৰিকাত short best Mobile film award winner হৈছে ছাত্ৰ জন। ইয়াৰ পাছতে আন্দামানত Port Blair International Film festival ৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা ও লাভ কৰে ছাত্ৰ জনে।

    কলকাতাৰ International micro Film Festival ত ও বঁটা লাভ কৰিছে ছাত্ৰ জনে। গুৱাহাটীৰ মাছখোৱাত হোৱা চলচ্চিত্ৰ মহোৎসৱতো মনোনীত হৈছে ছবিখন। লগতে Pathsala Short Film Award তো মনোনীত হৈছে।

    বজালীৰ সন্তান ৰাজেন দাসৰ লাইফ ইন পাপেটৰ সফলতাৰ পিছত বিশাল স্বৰ্গীয়াৰীৰ এনে সফলতাই বজালীলৈ গৌৰৱ কঢ়িয়াই আনিছে।

    ইনপুট ক্ৰেডিটঃ মৃন্ময় পাঠক

    আৰু পঢ়ক : যোৱা বছৰলৈকে ঘৰত টিভি নথকা এইগৰাকী ক্ৰিকেটাৰ আই পি এল নিলামত হ’ল কোটিপতি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং