23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    হৃদয় বিদাৰক, অক্সিজেনৰ অভাৱত জিলা হাস্পতালত ২৪ গৰাকী ৰোগীয়ে হেৰুৱালে প্ৰাণ

    হৃদয় বিদাৰক, অক্সিজেনৰ অভাৱত জিলা হাস্পতালত ২৪ গৰাকী ৰোগীয়ে হেৰুৱালে প্ৰাণ

    মৃত্যুৰ কিৰিলি চাৰিওফালে। কেৱল মৃত্যু আৰু মৃত্যু। অক্সিজনেৰ অভাৱত নিতৌ বহু লোকে হেৰুৱাইছে প্ৰাণ। আজিয়ো তাৰ হেৰফেৰ নাই। এখন জিলা হাস্পতালত অক্সিজেনৰ অভাৱত ২৪ গৰাকী লোকে হেৰুৱালে প্ৰাণ।

    মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে কৰ্নাটকৰ এখন হাস্পতালত ২৪ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাই। ইয়াৰ ভিতৰত ২৩ গৰাকী লোক কৰণাৰ ৰোগী আছিল বুলি জানিব পৰা গৈছে। আনহাতে এজন অন্য কোনো ৰোগত আক্ৰান্ত আছিল।

    সময়মতে অক্সিজেন নোপোৰৱাৰ বাবেই এইদৰে প্ৰাণ হেৰুৱাই কেউজন ৰোগীয়ে। ঘটনাৰ তদন্তত জানিব পৰা মতে অক্সিজেন যোগানকাৰীয়ে জিলাখনৰ হাস্পতাল সমূহত প্ৰয়োজন অনুসাৰে অক্সিজেনৰ যোগান ধৰাত ব্যৰ্থ হৈছে।

    আৰু পঢ়ক : সামান্য কথাতে এজনে ৰডেৰে আক্ৰমণ কৰি হত্যা কৰিলে ২৫ বছৰীয়া যুৱকক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং