28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সমাপ্তি ঘটিল বছৰটোৰ প্ৰথমটো সূৰ্য গ্ৰহণ, ৫ ঘণ্টা ধৰি চলা এই গ্ৰহণৰ কেইখনমান বিৰল ফটো চাওক

    সমাপ্তি ঘটিল বছৰটোৰ প্ৰথমটো সূৰ্য গ্ৰহণ, ৫ ঘণ্টা ধৰি চলা এই গ্ৰহণৰ কেইখনমান বিৰল ফটো চাওক

    আজি ১০ জুন তাৰিখে ২০২১ বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ অন্ত পৰিল। সূৰ্যগ্ৰহণৰ সময়ছোৱাত আকাশত দেখা গ’ল ‘ৰিং অফ ফায়াৰ’ৰ আকৰ্ষণীয় ফটো।

    দুপৰীয়া ১ বাজি ৪২ মিনিটৰ পৰা আৰম্ভ হৈ সন্ধিয়া ৬ বাজি ৪১ মিনিটলৈ চলে এই সূৰ্য গ্ৰহণ। আজিৰ এই ৫ ঘণ্টা ধৰি চলা সূৰ্য গ্ৰহণ আছিল ৰিং অৱ ফায়াৰ।

    চন্দ্ৰই সূৰ্যৰ ৯৪ শতাংশ গ্ৰাস কৰে যাৰ বাবে ইয়াৰ চাৰিওফালে ইসৎ সোণালী উজ্জৰ ৰঙৰ আঙুঠি এটাৰ আকৃতি হয়। ইয়াকেই ৰিং অৱ ফায়াৰ বোলা হয়।

    বিগত বৰ্ষটো বছৰৰ প্ৰথটো সূৰ্যগ্ৰহণ ৰিং অৱ ফায়াৰ হৈছিল। ভাৰতৰ পৰা প্ৰায় সম্পূৰ্ণ দেখা হৈছিল। পিছে বহু ঠাইত বতৰৰ বাবে মেঘে আকাশ ঢাকি থোৱাই সেই দৃশ্য দেখাৰ পৰা বঞ্চিত হৈছিল বহু লোক। আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ১.৫ লাখ টকীয়া দামী চচমাৰে ৰৈ থাকোতেই গৈছিল। দিল্লীৰ আকাশ কলা মেঘে ঢাকি ৰাখিছিল।

    এইবাৰো দেশবাসীয়ে ৰিং অৱ ফায়াৰ দেখাৰ পৰা বঞ্চিত হয়। ভাৰতবৰ্ষৰ কেৱল অৰুণাচল প্ৰদেশৰ আৰু লাডাখৰ কিছু অঞ্চলৰ পৰা হে এই সূৰ্যগ্ৰহণ দেখা পোৱা যায়।

    আৰু পঢ়ক : বেজী-সূতাৰে গামোচাত লিপিৱদ্ধ কৰিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ “কৰতল কমল”, গঢ়িলে ৰেকৰ্ড

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং