33 C
Guwahati
Wednesday, September 28, 2022
More

    দিন-দুপৰতে দুৰ্বৃত্তই লুটিলে ২ লাখ টকা, CCTV বন্দী সমগ্ৰ দৃশ্য

    ২ দুৰ্বৃত্ত বাইকত আহি টকাখিনি ৰাজপথৰ পৰা থপিয়াই লৈ গৈছিল লোকজনৰ পৰা।

    তিনিচুকীয়াৰ চিৰাপত্তীত দিন-দুপৰতে সংঘটিত হৈছে ডকাইতি কাণ্ড। সঞ্জীৱ কোঁৱৰ নামৰ এজন লোকৰ পৰা দুৰ্বৃত্তই লুটি নিলে ২ লাখ টকা। ২ দুৰ্বৃত্ত বাইকত আহি টকাখিনি ৰাজপথৰ পৰা থপিয়াই লৈ গৈছিল লোকজনৰ পৰা।

    পেচাত চাহ ব্যৱসায়ী ভুক্তভোগী লোকজনে তিনিচুকীয়াৰ ইউনাইটেড বেংকৰ পৰা উলিয়াই আনিছিল টকাখিনি। CCTV বন্দী হৈছে সমগ্ৰ দৃশ্য।

    ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং