28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰাজ্যত বৃদ্ধি কৰ’ণা আক্ৰান্ত ৰোগী! শিৱসাগৰৰ ২ যুৱকৰ দেহত ধৰা পৰিছে কৰ’ণা

    ৰাজ্যত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা। ক’ভিড ১৯ নতুনকৈ আক্ৰান্ত হৈছে শিৱসাগৰ জিলাৰ নাজিৰাৰ দুজন যুৱক।

    নাজিৰাৰ অএনজিচিত কৰ্মৰত যুৱক দুজন কালি শ্বিলঙৰ পৰা নাজিৰালৈ আহিছিল। ক’ভিড ১৯ ত আক্ৰান্ত হোৱা যুৱক কেইজন ক্ৰমে ৰাজেশ উজা আৰু অভিশেষ সিং বুলি জানিব পৰা গৈছে৷

    কৰ্মসূত্ৰে নাজিৰাত বাস কৰা কৰ্মচাৰী দুজনে শ্বিলঙৰ পৰা আহি ক’ভিড টেষ্ট কৰাৰ পিছতে যুৱক দুজনৰ দেহত ধৰা পৰে কৰ’ণাৰ সংক্ৰম৷ যুৱক দুজনৰ দেহত কৰণাৰ সংক্ৰমণ ধৰা পৰ লগে লগেই নাজিৰা মহকুমা স্বাস্থ্য বিভাগে শিৱসাগৰ অসামৰিক চিকিৎসালৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছিল।

    কিন্তু তেওঁলোকে হোম আইচলেচনৰ বাবে আবেদন জনাই৷ উল্লেখযোগ্য যে উক্ত দুয়োজৰ যুৱকৰ উত্তৰপ্ৰদেশত৷

    input: Bikash Arandhara

    আৰু পঢ়ক : আজি সন্ধিয়া মোদীয়ে সম্বোধন কৰিব ‘পৰীক্ষা পে চৰ্চা’! প্ৰায় ১৪ লাখ ছাত্ৰ-ছাত্ৰীয়ে কৰিব অংশগ্ৰহণ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং