১০ বছৰ পূৰ্বে কৰিছিল ২০২০ কলৈ ভৱিষ্যতবাণী! ভাইৰেল ফটো : দেশত বহু সময়ত বিভিন্ন আজৱ আজৱ কাণ্ড সংঘটিত হোৱা দেখা যায়। এই বছৰটোত বিভিন্ন আচহুৱা ঘটনাৰ মাজতে পাৰ হয় ।
কৰ’ণা ভাইৰাছ আৰু লকডাউনৰ মাজতে বছৰটোৰ আধা দিন পাৰ হয় ।এতিয়া এজন ব্যক্তিৰ ১০ বছৰ পুৰণি ভৱিষ্যতবাণী ছ’চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে । যি দেখিলে আপুনিও ক’ব যে ইমান ভুল ভৱিষ্যতবাণী।
কেবিন সিং বৰ্তমান টুইটাৰত ভাইৰেল হৈ পৰিছে । তেওঁ বহু দশক পুৰণি কিতাপত ২০২০ ক লৈ ভৱিষ্যতবাণী কৰিছিল। তেওঁ লিখিছিল যে ”২০২০ কলৈ মোৰ ভৱিষ্যতবাণী যে সকলোৱে শান্তিত বাস কৰিব আৰু ২০২০ ত প্ৰত্যোক বেমাৰৰ চিকিতসা হ”ব”। কিন্তু এয়া নহ’ল ।
এই টুইটটো যথেষ্ঠ ৰূপে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
আৰু পঢ়ক : কংগ্ৰেছ নহয়, এইবাৰ বিজেপিৰ সাংসদে পদত্যাগ কৰি উজাৰিলে ক্ষোভ