21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    হোৱাইট ৱাইন কিয় সেৱন কৰিব লাগে! জানো আহক উপকাৰিতাসমূহ

    সাধাৰণতে সুৰাপান স্বাস্থ্যৰ বাবে হানিকাৰক বুলি কোৱা হয়। কিন্তু সুৰাপান কেতিয়াবা স্বাস্থ্যৰ পক্ষে লাভদায়ক হোৱাৰ কথাও আমি জানো

    নিৰ্দিষ্ট পৰিমানত সুৰাপান কৰিলে ই আমাৰৰ স্বাস্থ্য বাবে যথেষ্ট উপকাৰী হিচাপে পৰিগনিত হৈ আহিছে। ৰেড ৱাইনে আমাৰ স্বাস্থ্যত যথেষ্ট পৰিমানে সুফল আগবঢ়াই অহাৰ পাছতে এইবাৰআমি জানো আহক বগা ৱাইন অথবা হোৱাইট ৱাইনৰ উপকাৰিতাসমূহ।

    হোৱাইট ৱাইন আঙুৰৰ বাকলিসমূহ আঁতৰাই লৈ প্ৰস্তুত কৰা হয়।

    • হোৱাইট ৱাইনে আমাৰ শৰীৰত প্ৰয়োজনীয় মেগনেছিয়াম, কেলচিয়াম, জিংক, পটাছিয়াম, ফছফৰাছৰ যোগান ধৰে।
    • হোৱাইট ৱাইনত বি-ভিটামিন, কাৰ্বহাইড্ৰেট আৰু ভিটামিন থাকে।
      -হোৱাইট ৱাইনে শৰীৰৰ ওজন কমাই।
      -হৃদৰোগৰ বাবে হোৱাইট ৱাইন উত্তম।
      -হোৱাইট ৱাইনে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।
      -নিদ্ৰা ভাল কৰে।
      -শ্বাসজনিত ৰোগৰ কাৰণে উত্তম।
      -মধুমেহ ৰোগ অথবা ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰে।
      -হাঁড়ৰ গঠন মজবুত কৰে।
      -শৰীৰৰ অৱসাদ দূৰ কৰে।

    আৰু পঢ়ক :  নিজ দলৰ মাজতেই খোৱা-কামোৰাঃ বিজেপিৰ বিধায়কৰ ঘৰৰ পৰা নিজ দলৰ কৰ্মীক গুলীয়াই মৰাৰ ভাবুকি!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং