34 C
Guwahati
Friday, August 5, 2022
More

    তিনিচুকীয়া জিলাত অঘটন, গাখীৰ বুলি কন কন ছাত্ৰ-ছাত্ৰীক খুৱালে ফেনাইল

    তিনিচুকীয়া জিলাত অঘটন, গাখীৰ বুলি কন কন ছাত্ৰ-ছাত্ৰীক খুৱালে ফেনাইল। এটা অংগনবাড়ী কেন্দ্ৰত সংঘটিত হৈছে এই অঘটন।

    জিলাখনৰ কাকপথাৰৰ ন-মাইঠং অংগনবাড়ী কেন্দ্ৰত এই অঘটন । গাখীৰ বুলি ছাত্ৰ-ছাত্ৰী সকলক খুৱালে ফেনাইল ।

    যাৰ ফলত ১০ গৰাকী কন-কন ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰে ফেনাইল খাই। ততাতৈয়াকৈ শিশু কেইটাক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ।

    কেউটি শিশুকে চিকিৎসাৰ বাবে কাকপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ।

    আনহাতে সেই গাখীৰ বুলি খুৱাই দিয়া পদাৰ্থ চিকিৎসকৰ হাতত তুলি দিয়া হয়। চিকিৎসকে সেই গাখীৰ সদৃশ পদাৰ্থত চিত্ৰনলাৰো গোন্ধ পোৱা বুলি মনত্ব্য কৰে।

    Input and Photo – Jayanta Moran

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং