26 C
Guwahati
Sunday, August 14, 2022
More

    জুবিন গাৰ্গৰ বিৰুদ্ধে ১০০৮ গৰাকী ব্ৰাহ্মণ আৰু ‘কাঞ্চনজংঘা’

    জুবিন গাৰ্গৰ পৰিচালিত কাঞ্চনজংঘা নামৰ বোলছবিখনত ব্ৰাহ্মণ সম্প্ৰদায়ৰ পৱিত্ৰ লগুন ছিগি দিয়া এটা দৃশ্য সংলগ্ন কৰা হৈছে বুলি সংবাদ মাধ্যমত জুবিন গাৰ্গে মন্তব্য কৰাৰ পাছত জাঙুৰ খাই উঠিছে গোলাঘাটৰ ব্ৰাহ্মণ সমাজ।

    পুনৰ জুবিন গাৰ্গৰ বিৰুদ্ধে সৰৱ হ’ল ব্ৰাহ্মণ সমাজ। এইবাৰ গোলাঘাটৰ ব্ৰাহ্মণ সমাজৰ ১০০৮ জন ব্ৰাহ্মণে গোলাঘাটৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ যোগেদি ৰাজ্যপাললৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং